76
ফ্ল’ৰিডাঃ আমেৰিকাৰ ফ্ল’ৰিডা চহৰৰ এটা যোগ কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনাত ঘাতককে ধৰি তিনিজন লোক নিহত হয়৷
শুকুৰবাৰে নিশা সংঘটিত ঘটনাটোত এজন অচিনাক্ত ঘাতকে কেন্দ্ৰটোত থকা লোকসকললৈ লক্ষ্য কৰি জধে-মধে গুলীয়াবলৈ ধৰাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন পাঁচজন লোক আহত হয়৷