58
ডিজিটেল ডেস্কঃ সমকামীতা এতিয়া বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত গ্ৰহণযোগ্য হ’লেও এতিয়াও ইয়াক সহজভাৱে মানি ল’ব পৰা নাই কিছুমান দেশে।
ধৰ্ম নিৰপেক্ষ দেশ হিচাপে জাহিৰ কৰা ইণ্ডোনেছিয়াত আজি শ্বৰিয়া আইনৰ দোহাই দি সমকামী লোক দুজনক ৰাজহুৱাকৈ শাস্তি প্ৰদান কৰে কট্টৰপন্থীয়ে।