Home বিশ্বকৰ’নাৰ চিকিৎসা কৰিবলৈ PPE কিটৰ অভাৱ, নগ্ন হৈ চিকিৎসকৰ প্ৰতিবাদ

কৰ’নাৰ চিকিৎসা কৰিবলৈ PPE কিটৰ অভাৱ, নগ্ন হৈ চিকিৎসকৰ প্ৰতিবাদ

by News Desk
96 views
A+A-
Reset

বাৰ্লিনঃ কৰ’নাৰ সংকটকালত কেৱল যে উন্নয়নশীল দেশসমূহতে চিকিৎসকসকলে ব্যৱহাৰ কৰা সুৰক্ষা সামগ্ৰীৰ নাটনি হৈছে তেনে নহয়। জাৰ্মানীৰ দৰে উন্নত ৰাষ্ট্ৰতো চিকিৎসকসকলে সময়মতে লাভ কৰা নাই প্ৰয়োজনীয় পিপিই কিট। চিকিৎসা কৰিবৰ বাবে প্ৰয়োজনীয় কিট লাভ নকৰা বাবে নগ্ন হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে চিকিৎসকসকল।

পিপিই কিটৰ অভাৱত কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰি সাব্যস্ত কৰা এই প্ৰতিবাদৰ চিকিৎসকসকলে নাম দিছে ‘নগ্ন আতংক’। প্ৰতিবাদী চিকিৎসকসকলক নেতৃত্ব প্ৰদান কৰা ডাঃ ৰুবেন বাৰনাওৱে জনাইছে, ‘কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি প্ৰয়োজনীয় কিট সময়মতে লাভ কৰা নাই। সুৰক্ষা অবিহনে আমি এই ৰোগৰ চিকিৎসা কৰাতো কিমান বিপদযুক্ত সেয়া বুজাবলৈকে নগ্ন হৈ আমি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছো।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0