136
নতুন দিল্লীঃ চন্দ্ৰত আমেৰিকাৰ মিছন এপল’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুগলে বনাইছে আকৰ্ষণীয় ভিডিঅ’ Doodle।
এই ডুডলত গুগলে এজন মহাকাশচাৰীক চন্দ্ৰত অৱতৰণ কৰা দেখুৱাইছে। ইয়াৰ লগতে এই ডুডলত এটা প্লে’ বুটাম দিয়া হৈছে, য’ত ক্লিক কৰিলে মিছন এপল’ৰ সমগ্ৰ ঘটনাক্ৰম জানিব পৰা গৈছে৷