58
newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে জম্মু-কাশ্মীৰত তৎকালীন ভাৱে ৰাজ্যপালৰ শাসন লাগু কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ ইয়াৰ পিছতে বুধবাৰৰ পৰা ৰাজ্যখনত ৰাজ্যপাল শাসন প্ৰচলিত হোৱা পৰিলক্ষিত হয়৷
মঙলবাৰে বিজেপি আৰু পিডিপি দলৰ মিত্ৰতা ভংগ হোৱাৰ পিছত জম্মু-কাশ্মীৰত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা ক্ষীণ হৈ পৰাত ৰাজ্যপাল শাসনৰ বাবে আবেদন কৰা হৈছিল৷