74
গুৱাহাটীঃ নতুন ৰূপ পাব গুৱাহাটী মহানগৰীয়ে। আন্তঃগাথনিৰ পৰিৱৰ্তন হওঁক বা নহওক মহানগৰীৰ পৰিৱৰ্তন কিন্তু অৱশ্যম্ভাৱী। কিয়নো এই পৰিৱৰ্তন কামৰ নহয়, এই পৰিৱৰ্তন হৈছে নামৰ।
গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলযোগে মহানগৰীৰ ১০ টাকৈ পথৰ নতুন নামাকৰণ কৰাৰ পিছতে এক ধৰণৰ পৰিৱৰ্তন যে দেখা যাব সেয়া স্পষ্ট হৈ পৰিছে।