Home বিশ্বহাফিজৰ মুক্তিৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে সৰৱ আমেৰিকা

হাফিজৰ মুক্তিৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে সৰৱ আমেৰিকা

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে বিভিন্ন দেশত সন্ত্ৰাস চলাই অহা মৌলবাদী নেতা হাফিজ ছৈয়দক পাকিস্তান চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাই৷ জামাত উদ দাৱা নামৰ ইছলামীক সংগঠনটোৰ প্ৰতিষ্ঠাপক নেতা আৰু ইউ এনে শিৰৰ মুল্য ১০ মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰা কুখ্যাত অপৰাধী জনক বৃহস্পতিবাৰে মাজ নিশা পাকিস্তান চৰকাৰে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিয়ে৷

চৰকাৰৰ এই সিদ্ধান্তৰ পিচতেই মুম্বাই ২৬/১১ সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড জনৰ বিৰুদ্ধে পাক চৰকাৰ যে কঠোৰ নহয় এই লৈ ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ লগতে আমেৰিকাও অসন্তুস্ত হৈ পৰে৷ আমেৰিকাই কয় যে, এনে এজন কুখ্যাত অপৰাধীক এৰি দিয়াৰ পৰিনাম একেবাৰে বেয়া হ’ব৷ লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ইউ এনৰ দ্বাৰা স্বীকৃত ছৈয়দৰ দৰে অপৰাধী সকলক লৈ পাকিস্তান যে মুঠেই সচেতন নহয় এই ঘটনাই প্ৰমাণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0