98
কোকৰাঝাৰঃ ডিমা হাছাওৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত জুৱেল গাৰ্লোছা, মোহিত হোজাই, আৰু নিৰঞ্জন হোজাইক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰাতো দুৰ্ভাগ্যজনক। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনায় হাগ্ৰামাই বিষয়টো সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈকো আহ্বান জনায়।