60
ডিজিটেল ডেস্কঃ আমেৰিকাৰ হাৱাই দ্বীপপুঞ্জৰ কিলাউৱা আগ্নেয়গিৰিৰ পৰা বৃহস্পতিবাৰৰে পৰা লাভা উদগীৰণ হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
আবাসিক এলেকাৰ সমপীতে হোৱা উদগীৰণৰ ফলত নাগৰিক ভয়ত বিতত হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধকালীন তৎপৰতাৰে সমগ্ৰ অঞ্চলটোৰ নিবাসীসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে।