Home ৰাজনীতিইডি-চিবিআইৰ টাৰ্গেটত কেৱল বিৰোধী! গ্ৰেপ্তাৰ হ’ব নেকি কেজৰিৱাল, তেজস্বী?

ইডি-চিবিআইৰ টাৰ্গেটত কেৱল বিৰোধী! গ্ৰেপ্তাৰ হ’ব নেকি কেজৰিৱাল, তেজস্বী?

by News Desk
101 views
A+A-
Reset

নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ ৰাজনীতি বিৰোধীশূণ্য কৰাৰ লক্ষ্যৰে ষড়যন্ত্ৰমূলকভাৱে বিৰোধী নেতাৰ বিৰুদ্ধে চলাইছে ইডি, চিবিআই, আইটি আদিৰ দৰে ‘মোদীভক্ত’ সংস্থাৰ অভিযান! বিগত ১০ বছৰত বিৰোধীয়ে এই অভিযোগ বাৰে বাৰে উত্থাপন কৰি আহিছে। বহু বিৰোধী নেতাক ইডি-চিবিআই আদিৰ দৰে সংস্থাৰ জৰিয়তে ভয় ভাবুকি দেখুৱাই হয় বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছে, নহয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। বিশেষকৈ অ-বিজেপি শাসিত ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সক্ৰিয় কৰা হৈছে এনেধৰণৰ চৰকাৰী সংস্থাসমূহক।

বিৰোধীৰ এই বাৰাম্বাৰ অভিযোগৰ মাজতে গ্ৰেপ্তাৰ হ’ল এখন অ-বিজেপি শাসিত ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী। বুধবাৰে নিশা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ই ডিয়ে গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক। ভূমি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত বিগত এটা বছৰত ১০ খনকৈ চমন জাৰি কৰাৰ পিছত অৱশেষত বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় হেমন্ত চোৰেন। কিন্তু ইডিৰ এই গ্ৰেপ্তাৰীক বিজেপিৰ ষড়যন্ত্ৰ বুলিও অভিহিত কৰা হৈছে। বিৰোধীয়ে বিজেপিৰ শাসন নথকা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দমনমূলক নীতিৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0