61
মৰিয়নীঃ নাজিৰাৰ মেজেঙাত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নীত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মঙলবাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
হিমন্ত বিশ্ব শৰ্মাক সংগ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সভাত উপস্থিত মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ আৰু মৰিয়নীৰপৰা তিতাবৰৰ বৰহোলাৰ এখন নিৰ্বাচনী সভালৈ বুলি মন্ত্ৰীগৰাকী পুনৰ ৰাওনা হয়৷