গুৱাহাটীঃ গ্ৰেচ মাৰ্ক আৰু মডাৰেশ্যন বিতৰ্কৰ অন্তত বুধবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষত কুৰিটা স্থান ৰখা হৈছিল যদিও এইবাৰ ১০ টা স্থানহে ৰখা হয়। উচ্চতৰ মাধ্যমিকৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শীৰ্ষৰ এই ১০ টা স্থানত দেখা গৈছে গ্ৰামাঞ্চলৰ আধিপত্য। শীৰ্ষৰ এই তালিকাত এইবাৰ আশ্চৰ্যজনকভাৱে গুৱাহাটীৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সমৰ্থ নহ'ল।
প্ৰথমঃ
পাৰ্থপ্ৰতীম ভূঞা, জাতীয় বিদ্যালয়, টিহু (৫৮৯)
দ্বিতীয়ঃ
তনয়ী হাজৰিকা, বিভিএফচি মডেল হাইস্কুল, ডিব্ৰুগড় (৫৮৮)
ৰাজন্য কাশ্যপ গগৈ, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় (৫৮৮)
নুৰুল হক আলী, ৰঘুনাথ চৌধাৰী উঃ মাঃ বিদ্যালয়, নলবাৰী (৫৮৮)
তৃতীয়ঃ
ভাৰ্গৱপ্ৰতীম বৰা, পিচালী নেশ্যনেল একাডেমী, জৰাবাৰী (৫৮৭)
চতুৰ্থঃ
ছয়ন মজুমদাৰ, ডন বস্ক হাই স্কুল, তেজপুৰ (৫৮৬)
পঞ্চমঃ
হিয়াপৰশা ভূঞা, অসম কেশৰী জাতীয় বিদ্যালয়, বৰপেটা (৫৮৫)
ঋত্বিক সুতৰ, প’ল ষ্টাৰ একাডেমী, শোণিতপুৰ (৫৮৫)
ষষ্ঠঃ
জাহনাজ তৌছিফা আহমেদ, মানান হাই স্কুল, বৰপেটা (৫৮৪)
সপ্তদ্বীপ সাহা, মঙলদৈ ডন বস্ক’ হাই স্কুল, দৰং (৫৮৪)
নিহা প্ৰিয়দৰ্শিনী, লিটল ফ্লাৱাৰ উঃ মাঃ বিদ্যালয়, ডিব্ৰুগড় (৫৮৪)
সপ্তমঃ
জ্যোতিস্মিতা কলিতা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা (৫৮৩)
নিকুমণি দেৱী, বাপুজী হাই স্কুল, বঙাইগাঁও (৫৮৩)
অষ্টমঃ
মিৰাজ আল মামুন, ধুবুৰী (৫৮২)
নৱমঃ
চিন্ময় জ্যোতি নেওগ, মণ্টফ্ৰন্ট হাই স্কুল, চাবুৱা (৫৮১)
অয়ন দ্বীপ শইকীয়া, বিভিএফচি মডেল হাই স্কুল, ডিব্ৰুগড় (৫৮১)
অংশুমান দত্ত, ডন বস্ক’ হাই স্কুল, ডিব্ৰুগড় (৫৮১)
অয়ন কৌশিক মহন্ত, জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ (৫৮১)
পলক আলমপুৰিয়া, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও (৫৮১)
হৃষীকেশ গগৈ, হলী নেম স্কুল, শিৱসাগৰ (৫৮১)
অৰুণাভ শইকীয়া, ছেইণ্ট পীটাৰ স্কুল, শিৱসাগৰ (৫৮১)
দশমঃ
হেমাংগিনী দাস, ছেইণ্ট টেৰেছা ইংলিছ হাই স্কুল (৫৮০)
বিবুংগাত বসুমতাৰী, বৰপেটা ৰোড বড়ো হাই স্কুল, বৰপেটা (৫৮০)
কৌস্তভ কিশোৰ কলিতা, শংকৰদেৱ শিশু নিকেতন, বুঢ়া, দৰং (৫৮০)
হৃদি প্ৰিয়ম শৰ্মা, কেন্দ্ৰীয় জাতীয় বিদ্যালয়, দৰং (৫৮০)
ৰিয়া হাজৰিকা, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় (৫৮০)
প্ৰিয়াংকী শইকীয়া, ডন বস্ক’ স্কুল, বাঘচোং, ডিব্ৰুগড় (৫৮০)
ৰূপছিতা শইকীয়া, ডন বস্ক’ স্কুল, বাঘচোং, ডিব্ৰুগড় (৫৮০)
ৰিপুঞ্জয় শৰ্মা, অসম একাডেমী, নলবাৰী (৫৮০)