60
newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অনশন প্ৰত্যাহাৰ কৰে৷ ৯ দিনৰ অন্তত আমৰণ অনশন প্ৰত্যাহাৰ কৰে কেজৰিৱালে৷ দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজালে এখন পত্ৰ যোগে অৰবিন্দ কেজৰিৱালক আইএএছ বিষয়াসকলক সাক্ষাৎ কৰাৰ বাবে আমন্ত্ৰণ জনায়৷
\