67
ডিজিটেল ডেস্কঃ অত্যাধুনিক হাইড্ৰ’জেন বোমা বিস্ফোৰণৰ সফল পৰীক্ষা কৰা বুলি দাবী কৰিছে উত্তৰ কোৰিয়াই। জাপান আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী সূত্ৰ আৰু সংবাদ মাধ্যমে সদৰী কৰা মতে, বোমা বিস্ফোৰণৰ ফলত পৰীক্ষাস্থলৰ পাশ্বৱৰ্তী বৃহৎ অঞ্চলত অনুভূত হয় ভূমিকম্প।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!