76
ডিজিটেল ডেস্কঃ এগৰাকী অস্কাৰ বিজয়ী নাট্যকাৰ-পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ খবৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চালৈ আহে৷ অস্কাৰ বিজয়ী পৰিচালক পল হেগিছৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ৷
একে সময়তে ৪গৰাকী মহিলাই এই অভিযোগ উত্থাপন কৰাত হলিউডৰ পৰিচালকগৰাকীয়ে বিপদত পৰাটো খাতাং হৈ পৰিছে৷ ৪গৰাকী মহিলাই একেটাই অভিযোগ ধৰ্ষণ কৰা বুলিয়ে অভিযোগ উত্থাপন কৰে৷ ডিচেম্বৰ মাহত এগৰাকী মহিলাই প্ৰথমে এই অভিযোগ উত্থাপন কৰিছিল৷