Home ৰাজনীতি৪ লোকসভা, ৬ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, ১৯ৰ পূৰ্বে চেমি ফাইনেল

৪ লোকসভা, ৬ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, ১৯ৰ পূৰ্বে চেমি ফাইনেল

by News Desk
55 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ দহ ৰাজ্যত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ৪টা লোকসভা সমষ্টি আৰু ৬টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান৷ বিভিন্ন ঠাইত ইভিএম বিজুতি হোৱাৰ খবৰ আহিছে আৰু মহাৰাষ্ট্ৰত কেইবাটাও ভোট কেন্দ্ৰত ভোটগ্ৰহণ বন্ধ ৰাখিব লগা হয়৷ 

আনহাতে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই৷ নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হয় ভোটগ্ৰহণ৷ পশ্চিম বংগৰ মহেশতালা বিধানসভা সমষ্টিত ভোট কেন্দ্ৰত ইভিএম বিজুতি হোৱাৰ অভিযোগ উত্থাপন হয়৷ কংগ্ৰেছৰ পৰিষদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মহেশতলাত ৭০ শতাংশ ভোটদান কৰে ৰাইজে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0