Home ৰাজনীতিইন্দিৰাৰ জৰুৰী অৱস্থা আৰু মোডীৰ শাসন কালৰ উপ-নিৰ্বাচন, এক প্ৰতিবেদন

ইন্দিৰাৰ জৰুৰী অৱস্থা আৰু মোডীৰ শাসন কালৰ উপ-নিৰ্বাচন, এক প্ৰতিবেদন

by News Desk
78 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এটা সময়ত দেশত ইন্দিৰাৰ ৰাজ চলিছিল৷ ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা শ্ল’গান দিছিল কংগ্ৰেছৰ নেতা দেৱকান্ত বৰুৱাই৷ ৰাজনীতিৰ ভূ ৰখা মহলে ইন্দিৰাৰ শাসন কালৰ ঘটনা প্ৰবাহ আজিও পাহৰিব পৰা নাই৷ সেই সময়ত ৰাজনীতিৰ পথাৰত পৰিপক্ক ৰাজনীতিবিদ হিচাপে জনাজাত আছিল শক্তিশালী মহিলা নেত্ৰী ইন্দিৰা গান্ধী৷ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল দেশৰ৷ অপাৰ শক্তি আৰু সংখ্যাগৰিষ্ঠতাপূৰ্ণ সাংসদৰ সমৰ্থনৰ নেত্ৰী আছিল৷ একপ্ৰকাৰ নিজ ইচ্ছামতে শাসন কৰিছিল দেশ৷ দেশৰ বিৰোধী দলৰ নেতা জেইলত ভৰোৱাৰ লগতে জৰুৰী অৱস্থা ঘোষণা কৰাত আহুকালৰ সৃষ্টি হৈছিল৷ 

৪১ বছৰ পূৰ্বে ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাৰ কথা দেশৰ জ্যেষ্ঠসকলে আজিও পাহৰা নাই৷ দেশৰ ইতিহাসৰ কলা অধ্যায় আছিল জৰুৰী অৱস্থা৷ খোদ কংগ্ৰেছেও জৰুৰী অৱস্থাৰ কথা আজিলৈ পাহৰিব পৰা নাই৷ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ এই পন্থা অৱলম্বন কৰা হৈছিল বুলি আজিও কয় কংগ্ৰেছে৷ দেশত দৰিদ্ৰতা বৃদ্ধি, সামগ্ৰীৰ মূল্য বৃদ্ধি, কৃষকৰ দুৰৱস্থা, শ্ৰমিকৰ দুৰৱস্থাৰ বাবে জনতা জনাৰ্দন ৰাজ পথলৈ ওলাই অহাত মহা ক্ষমতাশালী কংগ্ৰেছ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি প্ৰতিবাদ দমন কৰিছিল৷ মানুহে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0