Home বাণিজ্যমাত্ৰ ২ টকাতেই দিব ২৪ ঘন্টাৰ বাবে ইন্টাৰনেট, জিঅ’ক তীব্ৰ প্ৰত্যাহ্বান দেশীয় কোম্পানীৰ

মাত্ৰ ২ টকাতেই দিব ২৪ ঘন্টাৰ বাবে ইন্টাৰনেট, জিঅ’ক তীব্ৰ প্ৰত্যাহ্বান দেশীয় কোম্পানীৰ

by webmaster
0 comments
dabba_main_1511252244_618x347

ডিজিটেল ডেস্কঃ চৰকাৰৰ অনুষ্ঠান চি-ডটে সৰু সৰু দোকান সমূহত ৱাইফাই সংযোগ কৰাৰ কথা ঘোষণা কৰিছিল৷ চৰকাৰে এই ঘোষণা কৰাৰ এটা বছৰ পাৰ হ’বৰ হ’ল যদিও বৰ্তমানেও তেনে ঘোষণা কাৰ্যকৰী হোৱা নাই৷ কিন্তু ইয়াৰ পূৰ্বে ৱাইফাই ডব্বা আহিল বজাৰলৈ। এয়া চৰকাৰে নহয় ব্যক্তিগত এটা কোম্পেনীয়ে হে আহিল৷ জিঅ অহাৰ পিছত ইন্টাৰনেট সেৱাৰ মূল্য কমি গৈছে, লগতে অন্য টেলিকম সংস্থা সমূহেও কম দামত অধিক ইন্টাৰনেট সেৱা আগবঢ়াইছে৷ 

বাংগালুৰুস্থিত ষ্টাৰ্ট আপ কোম্পানী যাৰ নামেই হৈছে ৱাইফাই ডব্বা৷ প্ৰায় এবছৰ পূৰ্বে স্থাপন কৰা এই কোম্পানীটোৰ মতে, ভাৰতত বৰ্তমানেও ইন্টাৰনেটৰ মূল্য লগাতকৈ অধিক৷ কোম্পানীটোৱে জিঅ অহাৰ পিছতো ভাৰতত নেটৰ বাবে বহু টকা ভৰিব লগা হৈছে যাৰ বাবে এই ৱাইফাই যোগে কম মূল্যত ডাটা প্ৰদান কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0