85
ডুবাইঃ অকল কাশ্মীৰৰ সন্ত্ৰাসবাদীকে যে পাকিস্তানে পৃষ্ঠপোষকতা কৰি আছে এনে নহয়৷ দেশখনৰ চৰিত্ৰই হ’ল চুবুৰীয়া দেশত সন্ত্ৰাস বিয়পোৱা৷
যোৱা বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তান আশিসধন্য জইছ-ই-মহম্মদে আক্ৰমণ চলাই ৪২ জন জোৱানক নিহত কৰাৰ প্ৰায় একে সময়তে একেধৰণৰ আন এটা বোমা বিস্ফোৰণ সংঘটিত হৈছিল ইৰাণৰ সীমান্তত৷