Home বিশ্বমধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা! ট্ৰাম্পৰ ধমক শুনিও যুদ্ধ বিৰতিৰ বাবে অস্বীকাৰ ইৰানৰ

মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা! ট্ৰাম্পৰ ধমক শুনিও যুদ্ধ বিৰতিৰ বাবে অস্বীকাৰ ইৰানৰ

by News Desk
A+A-
Reset

তেল আভিভঃ মধ্যপ্ৰাচ্যৰ ৰক্তাক্ত সংঘাতৰ ষষ্ঠ দিনাও ইজৰাইল আৰু ইৰানৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ ফলত আঞ্চলিক পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে। ইজৰাইলৰ সেনাই তেহৰান আৰু অন্যান্য ঠাইত ইৰানৰ সামৰিক আৰু পাৰমাণৱিক আন্তঃগাঁথনিত ব্যাপক আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰি ইৰানেও সংঘটিত কৰে প্ৰত্যাক্ৰমণ।বুধবাৰে পুৱা ইজৰাইলৰ বিমান আক্ৰমণৰ পিছত তেহৰানৰ কেইবাটাও অঞ্চলত বৃহৎ বিস্ফোৰণৰ শব্দ শুনা যায়।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে দাবী কৰে যে তেওঁলোকৰ বায়ুসেনাই ইৰানৰ “আভ্যন্তৰীণ নিৰাপত্তাৰ মুখ্য কাৰ্যালয়” ধ্বংস কৰিছে, যিটো শাসন ব্যৱস্থাৰ দমনৰ মূল কেন্দ্ৰ। ইজৰাইলে লগতে দাবী কৰে যে ইৰানৰ আটাইতকৈ জ্যেষ্ঠ সামৰিক সেনাধ্যক্ষ জেনেৰেল আলী ছাদমানীক তেহৰানত হত্যা কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0