Home বিশ্বফেচবুক পাছৱৰ্ড নিদিয়াৰ বাবে ১৪ মাহ জেললৈ প্ৰেৰণ

ফেচবুক পাছৱৰ্ড নিদিয়াৰ বাবে ১৪ মাহ জেললৈ প্ৰেৰণ

by News Desk
73 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বৃটেইনৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ হত্যাৰ অভিযুক্তই আৰক্ষীক নিজৰ ফেচবুক একাউন্টৰ পাছৱৰ্ড প্ৰদান নকৰাৰ অপৰাধত আদালতে ১৪ মাহৰ কাৰাদণ্ড বিহে৷ 

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি, এগৰাকী স্কুলীয়া ছাত্ৰীয় হত্যা কৰাৰ অভিযোগত অভিযুক্ত ষ্টীফেন নিকোলছন নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে তদন্তৰ সময়ত ফেছবুক পাছৱৰ্ড বিচাৰিছিল৷ কিন্তু নিকোলছনে আৰক্ষীক তেওঁৰ ফেছবুক পাছৱৰ্ড প্ৰদান নকৰাত আৰক্ষীৰ তদন্তত ব্যাঘাত জন্মে৷ উল্লেখ্য যে, ষ্টীফেন নিকোলছনে ২৬ জুলাইত লুছী মেকহুগ নামৰ এগৰাকী ১৩ বৰ্ষীয় স্কুলীয়া ছাত্ৰীক ছুৰীকাঘাত কৰি হত্যা কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0