Home ৰাজনীতিৰাজভৱনলৈ কংগ্ৰেছ-জনতা দল, চৰকাৰ গঠনৰ বাবে সাক্ষাত ৰাজ্যপালক

ৰাজভৱনলৈ কংগ্ৰেছ-জনতা দল, চৰকাৰ গঠনৰ বাবে সাক্ষাত ৰাজ্যপালক

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যত নতুন চৰকাৰ গঠনক লৈ মত-দ্বিমত চলা পৰিলক্ষিত হৈছে৷ ১০৪ খন আসন লাভেৰে বিজেপিয়ে বৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু জনতা দল চেকুলাৰে এক হৈ চৰকাৰ গঠনৰ বাবে আলোচনাত মিলিত হৈছে৷ 

মঙলবাৰে প্ৰকাশ হোৱা কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল ঘোষণাত কংগ্ৰেছে ৭৭ খন আৰু জনতা দলে ৩৮ খন আসন দখল কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ১১২ খন আসন কোনোটো দলকে প্ৰাপ্ত নহোৱাত চৰকাৰ গঠনকাৰী দল নিৰ্বাচনৰ দায়িত্ব আহি পৰিছে ৰাজ্যপাল বাজুভাই বালাৰ ওপৰত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0