Home ৰাজনীতিৰাজ্যপালক সাক্ষাৎ, চৰকাৰ গঠন কৰিব দিয়াৰ দাবী, ৰাভভৱনত প্ৰতিবাদ জেডিএছ সমৰ্থকৰ

ৰাজ্যপালক সাক্ষাৎ, চৰকাৰ গঠন কৰিব দিয়াৰ দাবী, ৰাভভৱনত প্ৰতিবাদ জেডিএছ সমৰ্থকৰ

by News Desk
77 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত চৰকাৰ গঠন কৰিবৰ বাবে সুবিধা প্ৰদান নকৰাত বিজেপি, কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক ক্ষোভিত হৈ পৰিছে৷ সমগ্ৰ দেশৰ দৃষ্টি কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত থকাৰ সময়তে বুধবাৰে জেডিএছৰ সমৰ্থকে বাংগালুৰুস্থিত ৰাজ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ৩০ ঘণ্টা ধৰি চৰকাৰ গঠনৰ কুচকাৱাজে ৰাজনৈতিক পৰিৱেশ গৰম কৰি বিজেপি আৰু কংগ্ৰেছ-জেডিএছে চৰকাৰ গঠনৰ দাবী কৰি আহিছে৷ 

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ক্ষমতাৰ বাবে ৰাজনৈতিক খোৱা-কামোৰা কৰাৰ ছবিখনে আমোদো দিছে ৰাইজক৷ ইতিমধ্যে জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰা আৰু কুমাৰস্বামীক নেতা নিৰ্বাচিত কৰি ৰাজ্যপালক পত্ৰ প্ৰদান কৰে৷ তাৰ লগে লগে বুধবাৰে দিনৰ প্ৰায় ৪ বজাত পুনৰ ৰাজ্যপাল ভেজুভাই বালাক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰিব বাবে আহ্বান জনোৱাৰ বাবে পত্ৰ প্ৰদান কৰে জেডিএছৰ নেতা এইচডি কুমাৰস্বামীয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0