Home বিশ্বকাবুলত বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ৭, আহত ১২

কাবুলত বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ৭, আহত ১২

by News Desk
57 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে আফগানিস্থানত বোমা বিস্ফোৰণ সংঘটিত হৈ ৭গৰাকী লোকৰ মৃত্যু হয়৷ আহত হয় ১২গৰাকী লোক৷ জানিব পৰা মতে, সোমবাৰে ৰাজাধানী কাবুলত পলিটেকনিক বিশ্বিবদ্যালয়ত মুছলিম বুদ্ধিজীৱীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটায়৷ 

বোমা বিস্ফোৰণত থিতাতে নিহত হয় ৭ গৰাকী আৰু ১২ গৰাকী লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ সোমবাৰে কাবুলৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্বিবদ্যালয় খনত একত্ৰিত হয় বহু লোক৷ এই সভাতে সমগ্ৰ দেশত ৰক্তক্ষয়ী আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ফটবা জাৰি কৰা হৈছিল৷ এতিয়ালৈ আক্ৰমণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0