76
newsnextone|| ডিজিটেল ডেস্কঃ আফগানিস্থানৰ ৰাজধানী কাবুলত শুকুৰবাৰে পুৱা পুনৰ বিস্ফোৰিত হয় এটি বোমা। পুৱাৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণটিৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই যদিও আহত হয় কেইবাগৰাকী লোকো।
স্থানীয় আৰক্ষীৰ পৰা প্ৰাপ্ত বাতৰি অনুসৰি বোমা বিস্ফোৰণৰ সময় পুৱা ভাগত হোৱা বাবেই বজাৰ খনত উপস্থিত আছিল কিছু সংখ্যকহে লোক। যাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমান বিশেষ ভাৱে বাঢ়িবলৈ নাপালে।