Printer-friendly version

কাবুলঃ সোমবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৯ জন লোক  নিহত হয় আৰু আন ২০ জন লোক আহত হয়৷

বহুমজিলাৰ এটা চৰকাৰী অট্টালিকালৈ সন্ত্ৰাসবাদীয়ে ধাৰাষাৰ গুলি বৰ্ষণ কৰে৷ তিনি আত্মঘাতী সন্ত্ৰাসবাদীয়ে

প্ৰায় ৮ ঘন্টা ধৰি গুলী চলায় আৰু বোমা বিস্ফোৰণ কৰি সন্ত্ৰাস চলায়৷  

ঘটনাস্থলীৰপৰা ৩৫৭ জন চৰকাৰী কৰ্মচাৰীৰ লগতে অন্য লোকক আৰক্ষীয়ে নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয়৷