57
ডিজিটেল ডেস্কঃ চিনেমা জগতৰ পৰা ৰাজনীতিলৈ অহা তাৰকাৰ সংখ্যা ভাৰতীয় ৰাজনীতিত গণি শেষ কৰিব নোৱাৰি। সেই সোঁততে চামিল হোৱাৰ কথা ঘোষণা কৰিছে ছবিজগতৰ তাৰকা শিল্পী কমল হাচানে। কিন্তু নিজৰ দলটোক অনন্য ৰূপত ডাঙি ধৰাৰ প্ৰয়াস চুপাষ্টাৰগৰাকীৰ। কিয়নো মিচাইল মানৱ আব্দুল কালামৰ পদাংক অনুসৰণ কৰিহে ৰাজনীতিত নামিব বিচাৰিছে শিল্পীগৰাকীয়ে।