চীনৰ দক্ষিণ অঞ্চলত অগ্নিকাণ্ড, ১৮গৰাকী লোকৰ মৃত্যু

Home বিশ্বচীনৰ দক্ষিণ অঞ্চলত অগ্নিকাণ্ড, ১৮গৰাকী লোকৰ মৃত্যু

চীনৰ দক্ষিণ অঞ্চলত অগ্নিকাণ্ড, ১৮গৰাকী লোকৰ মৃত্যু

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ চীনত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ ১৮গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫গৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ নিউৱাৰ্ক টাইমছত প্ৰকাশিত খবৰ মতে সোমবাৰে নিশা চীনৰ দক্ষিণ অঞ্চলত সংঘটিত অগ্নিকাণ্ড ইমানে ভয়াবহ আছিল যে জুই নুমুৱাবলৈ কেইবা ঘণ্টা সময় লাগিছিল৷ 

দক্ষিণ প্ৰান্তৰ কিং ইউয়ান চহৰৰ কাৰকে নামৰ চপিং মল-বাৰত সংঘটিত এই অগ্নিকাণ্ড লগাই দিয়া বুলি সন্দেহ কৰা হয়৷ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু এজন লোকক আটক কৰে আৰক্ষীয়ে৷ চীনত প্ৰায়ে অগ্নিকাণ্ড সংঘটিত হয়৷ ২০১৭ চনত বেইজিংত অগ্নিকাণ্ড সংঘটিত হৈ ৪৮ গৰাকী লোকৰ মৃত্যু হয়৷ ২০১৫ চনত এখন মাৰ্ছিং হোমত অগ্নিকাণ্ড সংঘটিত হৈ ৩৮ গৰাকী লোকৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0