Home ৰাজনীতিমোডীৰ বিৰুদ্ধে যুঁজ দিব নাৰীবাহিনীয়ে, নাম এণ্টি-কৰাপছন ডাইনেমিক পাৰ্টি

মোডীৰ বিৰুদ্ধে যুঁজ দিব নাৰীবাহিনীয়ে, নাম এণ্টি-কৰাপছন ডাইনেমিক পাৰ্টি

by News Desk
A+A-
Reset
modi-reuters

Newsnextone | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সহিতে মুঠ আঠজন ন্যায়াধীশৰ শাস্তি ঘোষণা কৰি দেশৰ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা চিএচ কাৰ্নানৰ কথা মনত আছেনে? কলকাতা উচ্চ ন্যায়ালয়ৰ সেই প্ৰাক্তন ন্যায়াধীশজনে বুধবাৰে মুকলি কৰিছে নিজা ৰাজনৈতিক দল৷ নাম দিছে এণ্টি-কৰাপছন ডাইনেমিক পাৰ্টি৷

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে দলটোত নাথাকিব কোনো পুৰুষ প্ৰাৰ্থী৷ ২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি গঠন কৰা দলটোৰ কেউজন প্ৰাৰ্থীয়েই হ’ব মহিলা৷ আনকি মোডীকো প্ৰত্যাহ্বান জনাই মহিলা প্ৰাৰ্থীয়েই যুঁজ দিব আগন্তুক নিৰ্বাচনত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0