69
newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিনেশ গুণ্ডুৰাওক কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে৷ ইয়াৰ বাহিৰেও ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা ইশ্বৰ খাণ্ডৰেক কাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে৷
কংগ্ৰেছৰ সাংগঠনিক মুখ্য সচিব অশোক গহলোতৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত এই বিষয়ে জানিবলৈ দিয়ে৷