Home ৰাজনীতিকৰ্ণাটকত কংগ্ৰেছ জেডিএছৰ খোৱা-কামোৰা, মন্ত্ৰীসভাত স্থান লাভক লৈ মনোমালিন্য

কৰ্ণাটকত কংগ্ৰেছ জেডিএছৰ খোৱা-কামোৰা, মন্ত্ৰীসভাত স্থান লাভক লৈ মনোমালিন্য

by News Desk
A+A-
Reset
691038-690775-congress-jds-ministers-pti

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ আৰু জনতা দল চেকুলাৰে মিত্ৰজোঁটেৰে চৰকাৰ গঠন কৰা এমাহ পাৰ নৌহওতেই মন্ত্ৰীসভা গঠনক লৈ দুয়ো দলৰ মাজত মত-বিতৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে৷ দুয়োটা দলৰ প্ৰায় ১২গৰাকী নেতাই মন্ত্ৰীসভাত স্থান লাভ নকৰাক লৈ বিৰোধ প্ৰদৰ্শন কৰিছে৷

ইফালে উপ-মুখ্যমন্ত্ৰী জী পৰমেশ্বৰৰ আৱাসত বৃহস্পতিবাৰে নিশা মন্ত্ৰীসভাত স্থান প্ৰদানক লৈ দুয়ো দলৰ মাজত আলোচনা চলে যদিও তাৰ দ্বাৰা কোনো সমাধান লাভ কৰিবলৈ সক্ষম নহ’ল জেডিএছ আৰু কংগ্ৰেছে৷ যাৰ ফলত মন্ত্ৰীসভাত স্থান লাভ নকৰাৰ আশংকাত দলৰ প্ৰতি অসন্তুষ্ট বিধায়কৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0