newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শুকুৰবাৰে পশ্চিম বংগত উপস্থিত হৈ তৃণমূলৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাত কৰে। শুকুৰবাৰে দিনৰ প্ৰায় তিনি বজাত পশ্চিম বংগৰ ৰাজধানী তথা সচিবালয় নৱান্নত সাক্ষত কৰাৰ লগতে দীৰ্ঘ সময় বৈঠক অনুষ্ঠিত হয় দুয়ো নেতাৰ মাজত।
Mamata didi has always been concerned about Kashmir. We discussed the current situation of my state. We had a discussion about the present situation in the nation & about the fear that prevails in minorities: Former J&K CM Omar Abdullah after meeting WB CM in Howrah #WestBengal pic.twitter.com/dUAM7qBBjX