Home ৰাজনীতিকৰ্ণাটকৰ দৰেই কাশ্মীৰত পুৰণি শত্ৰুসকল একত্ৰিত হ’ব নেকি, পিডিপি-২৮, কংগ্ৰেছ-১২, এনচি-১৫

কৰ্ণাটকৰ দৰেই কাশ্মীৰত পুৰণি শত্ৰুসকল একত্ৰিত হ’ব নেকি, পিডিপি-২৮, কংগ্ৰেছ-১২, এনচি-১৫

by News Desk
70 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰক লৈ নতুন অংক আৰম্ভ হ’ব নেকি৷ চৰাকৰ গঠনৰ ববাে নতুন অংকৰ দিশে আগবাঢ়িহ নে কি৷ কৰ্ণাটক আৰ্হিৰে চৰাকৰ গঠন হ’ব পাৰে নে কি বুলি চৰ্চা আৰম্ভ হৈছে৷ যদিও কংগ্ৰেছৰ হাতত ১২ থন আসন আছে তথাপিও লক্ষ্য কৰিলে দেখা যায় যে কংগ্ৰেছ বৰ্তমান মজবুত স্থিতিত আছে৷ যদি কৰ্ণাটকৰ সদৃশ চৰকাৰ বনাব খোজে তেন্তে জম্মু কাশ্মীৰৰ দুয়ো আঞ্চলিক দলৰ লগতে সহযোগ প্ৰয়োজন হ’ব ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ৷ কংগ্ৰেছে সমৰ্থন কৰিলে চৰকাৰ গঠন কৰিব পাৰিব পিডিপি আৰু নেচনেল কনফাৰেন্সে৷ 

কিন্তু নেচনেল কনফাৰেন্স আৰু পিডিপিক ৰীাজনীতিৰ পথাৰত চিৰ শত্ৰু জ্ঞান কৰা হয়৷ দীৰ্ঘ দিন ধৰি দুয়োটা দলে বাকযুদ্ধ তথা ক্ষমতা হস্তগত কৰিবলৈ যুঁজ দি গৈছে৷ নেচনেল কনফাৰেন্সে চৰকাৰ চলাই থকাৰ সময়ত মেহবুবা মুফতিৰ পিতৃ মুফতি মহম্মদ ছঈদে ব্যাপক সমালোচনা কৰাৰ লগতে জনমত গঢ়িবলৈ সক্ষম হোৱাৰ ফলতে নেচনেল কনফাৰেন্সক হৰুৱাই বিজেপিৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ দুয়োটা দলে এখন মঞ্চত থিয় হোৱা সম্ভৱ নহয় যদিও একৰাংশ লোকে কংগ্ৰেছৰ নেতৃত্বত দুয়োটা দল একত্ৰিত হোৱাৰ আশা ব্যক্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0