75
কাজিৰঙাঃ বোকাখাতৰ জ্যোতিপুৰত ভোটদান কৰিলে অগপৰ সভাপতি অতুল বৰাই৷
লোকসভা নিৰ্বাচনৰ বৃহস্পতিবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ ৮০ নং জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই৷