81
কাজিৰঙাঃ এখন বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন-প্ৰতিবাদ চলি থকাৰ মাজতে মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰিছে।
