ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ মুখ্য সংযোজক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে আন দুগাৰকী বিৰোধী দলৰ নেতাক ক্ষমা বিচাৰে৷ ইজনৰ পিছত সিজন বিৰোধী দলৰ নেতাক ক্ষমা বিচাৰি বিচাৰিছে মানহানি গোচৰৰ সমাপ্তি কৰি ৰাজ্য উন্নয়নৰ কামত লাগিব খুজিছে৷ ১৬ মাৰ্চত পাঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি আকালি দলৰ নেতা, পাঞ্জাৱৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বিক্ৰম মাজেথিয়াক ৰাজহুৱাভাৱে ক্ষমা খুজিছিল কেজৰিৱালে৷
Kejriwal Ji & Sisodia ji have accepted that the allegations they had put on me & my son in a press conference few yrs ago were baseless. They've apologised for the same today. He has apologised for what he did everything is forgotten now, we will move ahead: Kapil Sibal, Congress pic.twitter.com/YUGbldNIpm