Home ৰাজনীতিএজনো বাংলাদেশীক অসমৰ মাটিত অথবা কাৰ্বি পাহাৰত স্থান দিয়া নহ’ব… একেই ৰাজনৈতিক বক্তব্য হিমন্তবিশ্বৰ

এজনো বাংলাদেশীক অসমৰ মাটিত অথবা কাৰ্বি পাহাৰত স্থান দিয়া নহ’ব… একেই ৰাজনৈতিক বক্তব্য হিমন্তবিশ্বৰ

by News Desk
A+A-
Reset
bj

খেৰণিঃ সমাগত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগেই ব্যাপক তৎপতাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত ৰাজ্যিক মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বজালে বি জে পিৰ নিৰ্বাচনী ৰণশিঙা। 

আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি সোমবাৰে ডংকামোকামত আয়োজন কৰা বি জে পিৰ গণ-সমাৱেশত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দাবী কৰে যে লোকসভা নিৰ্বাচনত সমগ্ৰ অসমৰ লগতে ডিফু লোকসভা সমষ্টিতো বি জে পিৰ জয় নিশ্চিত। কাৰণ অসমৰ বিভিন্ন প্ৰান্তত দ্ৰুত গতিবেগত উন্নয়ন আৰু বিকাশ সাধন কৰি যোৱাৰ সমান্তৰালকৈ পাহাৰীয়া জিলাকেইখনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব আৰু অগ্ৰাধিকাৰ দি উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বহু অভিলাষী আঁচনি ৰূপায়ন কৰিছে বি জে পি চৰকাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0