77
ডিজিটেল ডেস্কঃ ডনাল্ড ট্ৰাম্পক হুংকাৰ কিম জং উনৰ। ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণৰ পিছতে আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
এই সাফল্যৰ পিছতে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক উত্তৰ কোৰিয়াই লক্ষ্য কৰি লোৱাতো সহজ হৈ পৰিল বুলিও কিমে মন্তব্য কৰে।