১১,৭৬,৪৩২গৰাকী ভোটাৰে নিৰ্ণয় কৰিব নাগালেণ্ডৰ ৫৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Home ৰাজনীতি১১,৭৬,৪৩২গৰাকী ভোটাৰে নিৰ্ণয় কৰিব নাগালেণ্ডৰ ৫৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

১১,৭৬,৪৩২গৰাকী ভোটাৰে নিৰ্ণয় কৰিব নাগালেণ্ডৰ ৫৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

by News Desk
54 views
A+A-
Reset

কহিমাঃ মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ড আৰু মেঘালয়ত ভোটদান আৰম্ভ হৈছে। নাগালেণ্ড বিধান সভাৰ ৫৯টা সমষ্টিত আৰু মেঘালয় বিধান সভাৰ ৫৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে। পুৱা ৭টা বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটাদানত পুৰুষ-মহিলা ওলাই আহি লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। কেইবাটাও বিদ্ৰোহী সংগঠন সক্ৰিয় হৈ থকা নাগালেণ্ডত ভোটদানৰ সময়ছোৱাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

নাগালেণ্ড প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে মুঠ ২,১৫৬টা ভোট কেন্দ্ৰৰ ভিতৰত ১০৬২ স্পৰ্শকাতৰ ৰূপে চিহ্নিত কৰি নিৰাপত্তাৰক্ষী বৃদ্ধি কৰে। ইতিমধ্যে NDPP প্ৰধান নেফিউ ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। আনহাতে মেঘালয়ৰ এগাৰকী প্ৰাৰ্থীক হত্যা কৰাত এটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। যাৰ বাবে ৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যত ভোটদান ৪ বজালৈ অনুষ্ঠিত হ’ব যদিও কেইখনমান জিলাত ৩ বজাতে সমাপ্ত হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0