62
ডিজিটেল ডেস্কঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে চীনৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে লি কেকিয়াং৷ শণিবাৰে দেশখনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে কেকিয়াঙক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰে৷
Chinese Premier Li Keqiang re-appointed to 5-year term