47
মাজুলীঃ জাতীয়তাবাদী পোছাক এৰি গেৰুৱা হ’ল মাজুলীৰ টি এম পি কে জিলা সভাপতি নৃপেন কামান।
বুধবাৰে মাজুলী জিলাৰ গড়মূৰত থকা বি জে পিৰ মুখ্য কাৰ্যালয়ত বি জে পিৰ জিলা সভাপতি দীপক গোস্বামী, সাধাৰণ সম্পাদকৰ লগতে মাজুলী জিলাৰ বি জে পিৰ বহু নেতা-কৰ্মীৰ উপস্থিতিত কামানে দলটোত যোগদান কৰে।