65
ডিজিটেল ডেস্কঃ দলিত ৰাজনীতিৰ কাৰ্ড খেলি যে বিজেপিয়ে বিৰোধীক বিপাঙত পেলাব সেয়া আগতেই জানিছিল ললিত মিশ্ৰই।
জনতাৰ বাবে অচিনাকি লোকজনৰ নাই কোনো বিশেষ পৰিচয়ো। পিছে এতিয়া তেওঁ লাভ কৰিছে পৰিচিতি। কাৰণ ভাবী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ৰাইচিনা হিলছৰ দিশে যাত্ৰাৰ সঠিক পূৰ্বানুমান।