মৰিয়নীঃ মৰিয়নিৰ চিনাতলী গাঁওবাসীৰ ভোটবৰ্জন। 

উন্নয়নৰ নামত শাসকীয় চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগত গাঁওবাসীয়ে বৰ্জন কৰিছে লোকসভা নিৰ্বাচন। 

গাঁওবাসীয়ে ভোটদানৰ পৰিবৰ্তে বিধস্ত পথ নিৰ্মানত ব্যস্ত হৈ পৰিছে।