56
শ্বিলংঃ চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱাৰে পৰা বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে। নিৰ্বাচন আয়োগৰ মতে, ১ বজালৈকে ২৭.৭৫ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান লেহেমিয়া হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে পুৱা ৭ বজাৰ পৰা মেঘালয়ত ভোটদান অনুষ্ঠিত হৈছে৷
Voter turnout till till 1 pm- #Meghalaya: 27.75% ; #Nagaland: 56%