Home ৰাজনীতিহতাশ হোৱা নাই, বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমানসকল অসহজ হৈ পৰিছিলঃমুফতি

হতাশ হোৱা নাই, বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমানসকল অসহজ হৈ পৰিছিলঃমুফতি

by News Desk
76 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ তাৰ পিছতে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমান অসহজ হৈ পৰিছিল বুলি কয়৷

মুফতিয়ে কয় ‘‘বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমান অসহজ হৈ পৰিছিল৷ আমি ধাৰা ৩৭০ ৰক্ষা কৰিছোঁ৷ আমি ৰমজান মাহত এমাহ যুদ্ধ বিৰত তথা সন্ত্ৰাস বিৰোধী অভিযান বন্ধ ৰাখিছোঁ৷ আমি পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক বিচাৰো৷ আমি বিচাৰিম কাশ্মীৰ সন্দৰ্ভত আলোচনা অব্যাহত থাকক৷ কাশ্মীৰৰ সমস্যা শক্তিৰে সমাধান কৰিব পৰা নাযাব৷’’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0