72
ডিজিটেল ডেস্কঃ দেশৰ বিৰোধী দল কংগ্ৰেছৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী মীৰা কুমাৰ আজি শ্বিলঙলৈ ৰাওনা হ’ব।
মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা লোকসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে শ্বিলঙত মেঘালয়ৰ সাংসদ-বিধায়কৰ সৈতে মত বিনিময়ৰ পিছত পুনৰাই গুৱাহাটীলৈ উভতিব।