67
ডিজিটেল ডেস্কঃ ছোমালিয়াৰ ৰাজধানী মগদীশুত সুৰক্ষা বলে এজন মন্ত্ৰীকে সন্ত্ৰাসবাদী বুলি গুলীচালনা কৰাত থিতাতে মৃত্যু হয় মন্ত্ৰীজনৰ।
মগদীশুৰ মেয়ৰৰ মুখপাত্ৰ আবদিফটেহ ওমৰ হেলেনে কয় যে সাৰ্বজনিক কাৰ্যমন্ত্ৰী তথা সাংসদ আব্বাচ আব্দুল্লাহী শ্বেইখ চিৰাজীৰ নিজা বাহনখনত বৃহস্পতিবাৰে সেনাই সন্ত্ৰাবাদীৰ গাড়ী বুলি অতৰ্কিতে গুলিচালনা কৰে। ফলত থিতাতে মৃত্যু হয় মন্ত্ৰীগৰাকীৰ।