66
ডিজিটেল ডেস্কঃ দেশলৈ এটি সুখবৰ৷ প্ৰিয়াংকা চোপ্ৰাৰ পিচত সুদীৰ্ঘ সোতৰ বছৰৰ পিচত ভাৰতৰ হাৰিয়ানাৰ যুৱতী মানুশী চিল্লাৰে মিছ ওৱাৰ্ল্ড খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
উল্লখযোগ্য যে আজিৰ পৰা বিশবছৰৰ পূৰ্বে প্ৰিয়াংকা চোপ্ৰাই এই খিতাপ জয় কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছিল। দ্বিতীয় স্থান অধিকাৰ কৰিছে ইংলেণ্ডৰ ষ্টেফানী হিলে।তৃতীয় স্থান অধিকাৰ কৰিছে মেক্সিকোৰ আন্দ্ৰীয়া মেজাই।