73
ডিজিটেল ডেস্কঃ কোৱা হয় পৃথিৱীৰ আটাইতকৈ পবিত্ৰ সম্পৰ্ক হৈছে মাতৃ আৰু সন্তানৰ সম্পৰ্ক৷ কিন্তু নিজ সন্তানৰ প্ৰতি নিষ্ঠুৰ হৈ পৰাটো কল্পনাৰো অগোচৰ৷
সকলোকে আচৰিত কৰিব পৰা এনে এক ঘটনা সংঘটিত হ’ল আমেৰিকাৰ আৰ্কানছেচত৷ ৩০ বছৰীয়া মাতৃগৰাকীক নিজৰ ৪ বছৰীয়া সন্তানক অত্যাচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মাতৃগৰাকীৰ লগতে প্ৰেমিক জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷