Home বিশ্বমালালাক হত্যাৰ চেষ্টা চলাইছিল ফজলুল্লাহে, মাৰ্কিন সেনাৰ আক্ৰমণত নিহত তালিবানী ফজলুল্লাহ

মালালাক হত্যাৰ চেষ্টা চলাইছিল ফজলুল্লাহে, মাৰ্কিন সেনাৰ আক্ৰমণত নিহত তালিবানী ফজলুল্লাহ

by News Desk
67 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত পাকিস্তানী তালিবান নেতা ফজলুল্লাহ নামৰ সন্ত্ৰাসবাদীজন নিহত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷ আমেৰিকা চৰকাৰ দ্বাৰা অনুমোদিত ভইচ অৱ আমেৰিকা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে শুকুৰবাৰে এই কথা নিশ্চিত কৰে৷ উল্লেখ্য যে, ফজলুল্লাহে মালালা ইউচুফজাইক এবাৰ হত্যাৰ চেষ্টা জলাইছিল বুলি জানিব পৰা যায়৷

মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত নিহত অজ্ঞাত পৰিচিত ব্যক্তি এগৰাকীৰ বিষয়ে উল্লেখ কৰি এগৰাকী মাৰ্কিন সেনা বিষয়াই কয় যে বুধবাৰে নিশা ফজলুল্লাহক টাৰ্গেট কৰি আক্ৰমণ চলোৱা হয়৷ মাৰ্কিন সেনা বিষয়াগৰাকীয়ে জনোৱা মতে, তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰধান ফজলুল্লাহ ‘মুল্লাহ ৰেডিঅ’’ নামেৰেও পৰিচিত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0